Jayanta Digital Seva

jayanta digital seva this web page provided online digital seva, how to apply online , gov. scheme, digital work, job update, job update, How to apply loan . Instant loan etc.

Intro

Breaking

Jayanta Digital Seva

Saturday, December 25, 2021

ফটোৰ সৈতে কভিড ভেচিন প্ৰমাণপত্ৰ ডাউনলোড কৰক

Download  Covid Veccine Certificate with photo 

Covide Veccine Certificate with photo লগা Certificate Download কৰিবৰ বাৱে প্ৰথমে যিকোনো এটা Brower open কৰিব লাগিব । 


 Address bar ত Covide Veccine বুলি Type কৰিব আৰু page এটা open হোৱাৰ পিছত


jayanta digital seva

 Covide Veccine ৰ offical site https://cowin.gov.in (CoWin) ত click কৰিব লগে লগে Co-Win offical site টো Open হব  আৰু ওপৰত চাব  (Register/Sign in ) তাতে এবাৰ click কৰিব । 

jayanta digital seva


 লগে লগে Register or Sign in for Vaccination page টো Open হব । তাতে Enter your mobile number বুলি দেখা পাব । তাত Veccine লোবাৰ সময়ত দিয়া mobile Number দিব আৰু  Get OTP ত Click কৰিব । 

jayanta digital seva


অলপ সময় waite কৰিব এটা OTP message আহিব । Enter OTP ৰ ঠাইয়ত  OTP Number টো দি Verify & proceed ত  click কৰিব ।  

jayanta digital seva


লগে লগে NEW Page এখন Open হব । তাত  অলপ তলত দেখা পাব  Certificate বুলি তাতে এবাৰ Click

Download  Covid Veccine Certificate with photo 


কৰি  Covide Certificate খন Download কৰি Beneficiary ID Number টো  Copy কৰিব  

আৰু Certificate ৰ তলত Save to Digilocker ত click কৰি Digi locker app


 টো INSTALL কৰিব আৰু Install হোবাৰ পাছত Account ত click কৰি  Create account ত click কৰি এটা 




Account বনাই লব আৰু পিছত Sign in ত Click কৰি  login কৰিব 


আৰু Browse ত covid 19 veccine certificate

jayanta digital seva

 বুলি search কৰিব নাইবা ওপৰত দেখা পাব covid 19 বুলি তাতে click কৰিব তাতে Ministry of health বুলি দেখা পাব 






তাতে এবাৰ click কৰিব  এখন নতুন page open হব তাতে  Beneficiary Id দেখা পাব আৰু copy কৰা Certificate ৰ Beneficiary ID Enter




jayanta digital seva

 কৰি Get Document ত click কৰিব । তাৰ পৰা Covid 19 veccine ৰ photo লগা Certificate Download কৰিব পাৰে ॥


No comments:

Jayanta Digital Seva